Blog Post

NETV > News >

UPI Payment লৈ ডাঙৰ Clarification! P2P Transaction থাকিব সম্পূৰ্ণ Free, Merchant Paymentতহে MDRৰ নিয়ম

Guwahati;10th August 2026 : UPI Paymentক লৈ সামাজিক মাধ্যমত চলি থকা বিভিন্ন জল্পনা-কল্পনাৰ মাজতে আহিছে গুৰুত্বপূৰ্ণ clarification। Ministry of Finance-এ স্পষ্ট কৰিছে যে Person-to-Person (P2P) UPI transactions অৰ্থাৎ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কৰা সাধাৰণ UPI paymentৰ বাবে ব্যৱহাৰকাৰীৰ পৰা কোনো charge লোৱা নহ’ব। অৰ্থাৎ, বন্ধুবৰ্গ, পৰিয়াল বা আন ব্যক্তিক UPIৰ জৰিয়তে টকা পঠোৱাৰ […]

Read More